top of page

হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ কেইটামান মুখ্য অনুষ্ঠান

Summer Carnival Colorful Flyer.png

৯ ডিচেম্বৰ,২০২২, শুক্ৰবাৰ

* পতাকা উত্তোলন 
* স্মৃতি তৰ্পণ
* শ্বহীদ তৰ্পণ
* ৰূপালী জয়ন্তীৰ ভৱন উদ্বোধন 
* প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ মুকলি
* আলোচনা চক্ৰ 
* সাংস্কৃতিক অনুষ্ঠান 

১০ ডিচেম্বৰ,২০২২, শনিবাৰ

* 'শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন
* শ্বহীদৰ বেদীত মাল্যাৰ্পণ
* সাংস্কৃতিক শোভাযাত্ৰা
* প্ৰীতি-ভোজ 
* ন-পুৰণি ছাত্ৰ ছাত্ৰী সন্মিলন
* সাংস্কৃতিক অনুষ্ঠান 

১১ ডিচেম্বৰ,২০২২, ৰবিবাৰ

* মুকলি সভা
* স্মৃতিগ্ৰন্থ উন্মোচন 
* সাংস্কৃতিক সন্ধিয়া

বিশেষ আকৰ্ষণ-
দ্বীপেন বৰুৱা, জুবলী আৰু প্ৰবীণ বৰা

bottom of page