top of page
Search
  • Writer's pictureHowly Digital Live

৩ অক্টোবৰৰ পৰা ক্ৰয় কৰিব পাৰিব হাউলী ৰাসৰ ১০০ টকীয়া টিকট

অহা ৩ অক্টোবৰ সোমবাৰে হাউলী চাৰিআলিত হাউলী ৰাসৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণাৰ্থে আয়োজিত উপহাৰ কুপন খেলৰ কাউণ্টাৰৰ শুভাৰম্ভণি হব। ইচ্ছুক গ্ৰাহকে ৩ অক্টোবৰৰ পৰা হাউলী চাৰিআলিৰ টিকট কাউন্টাৰৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব বুলি উপহাৰ সমিতিয়ে জানিব দিছে। কোনো গ্ৰাহকে হাউলী ৰাসৰ onlineৰে টিকট ক্ৰয় কৰিব নোৱাৰিব।


1,098 views
bottom of page