top of page
Search
  • Writer's pictureBhargav

হাউলীত নতুনকৈ আৰম্ভণি হ'ল FOOD Planet নামৰ এখন AC Family Restaurent

হাউলীত নতুনকৈ আৰম্ভণি হ'ল FOOD Planet নামৰ এখন AC Family Restaurent. .. এতিয়াৰে পৰা পৰিয়ালৰ সৈতে এসাজ বহি খাবলৈ আহিব পাৰে এই আটক্-ধুনীয়া ৰেষ্ট'ৰেন্ট FOOD Planet লৈ....

হাউলীৰে যুৱক শ্বৰিফুল ইছলামে FOOD Planetৰ চতুৰ্থটো Branch হাউলীৰ চাৰিআলিৰ চণ্ডীবৰুৱা ভৱনৰ কাষত আৰম্ভণি কৰিছে। FOOD Planet ৰ ভিতৰচৰালৈ আহিলে আপুনি এক অন্য অনুভৱ পাব পাৰিব...





42 views
bottom of page