top of page
Search
  • Writer's pictureHowly Digital Live

এদিনীয়া কাৰ্যসূচীৰে কাইলৈ মৈৰামাৰা চতুৰ্ভুজ বীৰ নামদলৰ ৰূপালী জয়ন্তী উদযাপন।কাৰ্যসূচী



১ মে', ২০২২ (ৰবিবাৰ) :

ৰাতিপুৱা ৭-০০ বজাত : নিত্য-নৈমিত্যিক নাম-প্রসঙ্গ

ৰাতিপুৱা ৮-০০ বজাত : ভাগৱত ভ্রমণ

ৰাতিপুৱা ১০-০০ বজাত : ‘গুৰু স্মৰণ আৰু গুৰু গোপাল দাসদেৱৰ প্ৰতিচ্ছবিত

ম্যাল্যার্পণ

ম্যাল্যাপক :

শ্রীপ্রভাত নাথ, চতুৰ্ভূজ নামদলৰ বৰ্তমানৰ গুৰু।

ৰাতিপুৱা ১০-৩০ বজাত : শ্রদ্ধাঞ্জলী অনুষ্ঠান

ৰাতিপুৱা ১১-০০ বজাত : নাম-কীৰ্ত্তন মৈৰামাৰা নমাটি সত্ৰৰ ভকতসকল

বিয়লি ১-০০ বজাত :

ভোগ বিতৰণ

বিয়লি ৪-০০ বজাত : বীনাম সমাৰোহ আৰু স্মৃতিগ্ৰন্থ “অমিয়া মাধুৰী”

উন্মোচন

নাম সমাৰোহৰ উদ্বোধক : শ্রীভবানন্দ দাস, বিশিষ্ট পাঠক, সবভোগ।

স্মৃতিগ্ৰন্থৰ উন্মোচক :

শ্রীহেমেন দাস, প্রধান সচিব, অসম বিধান সভা। অংশগ্রহণকাৰী দল : মাদুলীঝাৰ যুৱ সমাজ নামদল

মৌটুপুৰী যুৱ বীৰ নামদল

খাটালপাৰা নামদল

হাউলীগাঁও শংকৰ-মাধৱ নামদল

পৰাভঁড়াল গোপাল আতা সত্ৰ বীৰ নামদল

দলাগাঁও বুঢ়াগোসাঁই বীৰ নামদল কালঝাৰ মহিলা থিয় নামদল

মৈৰামাৰা চতুৰ্ভুজ মহিলা থিয় নামদল

মৈৰামাৰা ছোৱালী নামদল

মৈৰামাৰা চতুৰ্ভূজ বীৰ নামদল

নামৰ শেষত প্রসাদ বিতৰণ।

17 views
bottom of page