top of page
Search
  • Writer's pictureHowly Digital Live

অনলাইন টিকটৰ বাবে যোগাযোগ কৰক 9706.....

আজি হাউলী চাৰিআলিত শংকৰদেৱ শিশু নিকেতন, হাউলীৰ সাহায্যাৰ্থে অনুস্থিত সপ্তম বাৰ্ষিক উপহাৰ কুপন খেলৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। উল্লেখ্যে যে এইবাৰ উপহাৰ কুপনৰ মূল্য ৫০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। মাত্ৰ ৩২৯৯৯ টা কুপনৰ ভিতৰত খেলখন অনুস্থিত হব বুলি জনাইছে খেলখনৰ সভাপতি বিশ্বজিৎ নাথে। সমূহ ৰাইজৰ সহায় সহযোগিতা উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে কামনা কৰিছে।


অনলাইন টিকটৰ বাবে যোগাযোগ নম্বৰ- 9706510964


শংকৰদেৱ শিশু নিকেতন, হাউলীৰ সাহায্যাৰ্থে

উপহাৰ কুপন খেল


১ম: Royal Enfield Hunter 350 এখন


২য়: TVS Ronin (SS) 225 এখন


৩য় : TVS Rider 125 এখন


৪র্থ : TVS Ntorq Scooty এখন


৫ম : TVS Jupiter Scooty এখন


৬ষ্ঠ : HD, LED TV 50 Inch এটা


৭ম: Inverter Set এটা


৮ম : Music System এটা


৯ম: Neon Steel ZZ100 Zzelium Bicycle এখন


১০ম : Steel Almirah এটা

932 views
bottom of page