Howly town
দুহাতত জেতুকা আৰু ডিঙিত গহনা পিন্ধাৰ সময়খিনিত জিন্টি দাস নামৰ যুৱতী এজনীয়ে বাছি ললে চূড়ান্ত পথ !!
এক শোকাবহ ঘটনা সংঘটিত হ'ল হাউলীৰ হালাপাকুৰী গাওঁত। বিয়ালৈ আছিল মাত্ৰ আৰু কেইটামান দিন ! দুহাতত জেতুকা আৰু ডিঙিত গহনা পিন্ধাৰ সময়খিনিত জিন্টি দাস নামৰ যুৱতী এজনীয়ে বাছি ললে চূড়ান্ত পথ !!
আজি বিয়াৰ বুলি ঘৰৰ পৰিয়ালৰ মানুহবোৰে লাগতিয়াল কাপোৰ কিনিবলৈ গৈছিল বজাৰলৈ। ঘৰৰ ককায়েকৰ লগত অকলে আছিল জিন্টি। তেনে এক মুহুৰ্ততে নিজৰ জীৱনটোক শেষ কৰিম বুলি থিৰ কৰি ললে জিন্টিয়ে!
জিন্টিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হালাপাকুৰী গাওঁৰ প্ৰতিটো ঘৰ।
