Howly Digital Live
হাউলী National Science Academy ত অসমৰ এই বিখ্যাত street artist নিলীম মহন্ত

এজন সুকীয়া ভংগীৰ মানুহজন... নানা ৰং লাগি থকা লংপেন্ট চোলা.... থিকেই চিনিচে...
নিলিম মহন্ত .... অসমৰ সেই বিখ্যাত street artist জন...
জুবিন গাৰ্গৰ চিলা শীৰ্ষক গীতটোত দেখা এই চিত্ৰশিল্পীজনই হ'ল নিলীম মহন্ত .. এই শিল্পীগৰাকীক দেখা গ'ল হাউলীত.... হাউলীলৈ আহি কত কি কৰিছে চিত্ৰশিল্পীগৰাকীয়ে...
হাউলী National Science Academy ত লগ পোৱা গ'ল অসমৰ এই বিখ্যাত street artist নিলিম মহন্তক... আচলতে হাউলীৰ এই একাডেমিখনৰ দেৱাল অংকনৰ বাবে উপস্হিত হৈছে চিত্ৰশিল্পীৰ এটা দল..
একাডেমিখনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো এক অন্তৰঙ্গ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গ'ল বিখ্যাত চিত্ৰশিল্পীগৰাকীক.. অনুষ্ঠানটোত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে নিলীম মহন্তই...
অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীৰ অনুৰোধ মৰ্মে থিতাতে এটা চিত্ৰ অংকনো কৰি দেখুৱায় তেখেতে।
হাউলী ডিজিটেলৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত তেখেতে কি কলে চাওঁ আহক..
