Howly Digital Live
হাউলী জুনিয়ৰ কলেজৰ উপহাৰ কুপন খেলৰ অস্থায়ী টিকট কাউন্টাৰৰ আজি শুভ উদ্ধোধন
ৰূপালী জয়ন্তী উপলক্ষে হাউলী জুনিয়ৰ

কলেজৰ উপহাৰ কুপন খেলৰ অস্থায়ী টিকট কাউন্টাৰৰ আজি শুভ উদ্ধোধন কৰা হয় । অস্থায়ী টিকট কাউন্টাৰটো মুকলি কৰে বৰপেটা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ।
এইবেলি জুনিয়ৰ কলেজৰ উপহাৰ কুপন খেল সৰ্বমুঠ ৯৯,৯৯৯ টা কুপনৰ মাজত খেল অনুষ্ঠিত কৰা হ'ব ।
সৰ্বমুঠ উপহাৰ ১৭ টা ।। (ইয়াৰ ভিতৰত ১৩ খন দুচকীয়া বাহন, দুটা টিভি, ছাউণ্ড চিষ্টেম আৰু ইনভাটাৰ এটা)
বিশেষ আকৰ্ষণীয় পুৰস্কাৰ : এলাখ ত্ৰিছ হেজাৰ টকাৰ ৭৫ ইঞ্চিৰ টিভি এটা ।