top of page
Search
  • Writer's pictureHowly town

হাউলীৰ অন্যতম শিক্ষানুষ্ঠান Howly National Science Academy ৰ উদ্যোগত অহা ১১ এপ্ৰিলৰ পৰা বিনামূলীয়া

NEET. JEE ৰ preparations নাইবা উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত পঢ়িম বুলি মনতে ভাবি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিব খুজিছো এটা ভাল খবৰ!

হাউলীৰ অন্যতম শিক্ষানুষ্ঠান Howly National Science Academy ৰ উদ্যোগত অহা ১১ এপ্ৰিলৰ পৰা Biology, Chemistry, Physics আৰু Mathematics বিষয়ৰ বিনামূলীয়া প্ৰস্ত্ততিমূলক পাঠদানৰ ( Free Prepatory Classes) ব্যৱস্থা কৰা হৈছে।



অভিজ্ঞ PhD সম্পন্ন, NEET/JEE ৰ expert faculties ৰ দ্বাৰা অত্যাধুনিক classroom আৰু laboratory ৰে সজ্জিত শিক্ষানুষ্ঠানখনত সম্পূৰ্ণ বিনামূলীয়া প্ৰস্ত্ততিমূলক পাঠদানৰ ব্যৱস্থা কৰা হৈছে।


অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ মাধ্যমতে হ'বলগীয়া বিনামূলীয়া প্ৰস্ত্ততিমূলক পাঠদানৰ আসন কিন্ত্ত সীমিত। সেয়েহে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে উক্ত Free Classৰ সুবিধা লবলৈ ষ্ক্ৰীণত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক।

To register WhatsApp "class 11 science" on 8099375516

Only 50 seats

Block your seat soon.

Fill up the form link

https://forms.gle/8KPMEQ8pvyHie4uj6

27 views
bottom of page