top of page
Search
  • Writer's pictureHowly Digital Live

হাউলীত উৎখাত ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা

হাউলীত উৎখাত ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা

বৰষুণৰ পানীত স্পিৰিট মিহলি কৰি প্ৰস্তুত কৰা হৈছিল ভেজাল সুৰা

আবকাৰী বিভাগে অভিযান চলাই উৎখাত কৰে কাৰখানাটো

হাউলীৰ জলজলীত স্থাপন কৰা হৈছিল এই ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা

নকল সুৰা প্ৰস্তুত কৰা চন্দ্ৰ শীলক গ্ৰেপ্তাৰ

137 views
bottom of page