Howly town
হাউলীৰ দৰে অঞ্চলত চীনৰ সংবাদ মাধ্যমৰ শেনচকু !!
অসমৰ বিভিন্ন সংবাদ মাধ্যমত আলোচনা হ'ল হাউলী অঞ্চলৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন জনপ্ৰিয় অসমৰ সংবাদ মাধ্যমক কেনেকৈ চেৰ পেলাই Facebookত শীৰ্ষ স্থান পাইছে চীনৰ সংবাদ মাধ্যমে? অসম ৰঙা চীনৰ চাইবাৰ আক্ৰমণৰ কৰাল গ্ৰাসত সোমাই পৰিছে নেকি ?
অবিশ্বাস যেন লাগিলেও কথাষাৰ সত্য বুলি প্ৰমাণিত হৈছে Data analysis ত।
ভাৰতক বিভিন্ন ধৰণেৰে বহুবাৰ আক্ৰমন কৰি আহিছে চীনে। চীনৰ ষড়যন্ত্ৰ বুজিবলৈ ভিডিঅ'টো শেষলৈ চাওঁক আৰু সচেতন নাগৰিক হিচাপে ভিডিঅটো share কৰিবলৈ নাপাহৰিব।
অসমৰ বিভিন্ন সংবাদ মাধ্যমত আলোচনা হ'ল হাউলী অঞ্চলৰ। Howly Digital Live ৰ কথাও ওলাল প্ৰসংগক্ৰমে।
Howly digital live ৰ operating executive ভাৰ্গব ওজাপালিৰ Bhargav Ojapali লগত হোৱা সাক্ষাতকাৰটোত সমগ্ৰ অসমৰ লগতে বৰপেটা , হাউলী আদিৰ দৰে অঞ্চলত চীনৰ সংবাদ মাধ্যমৰ শেনচকুৰ বিষয়ে সবিশেষ আলোচনা হয়।
#indochina #china #india #HimantaBiswaSarma
Watch the full video here