Howly town
Big Bites ৰেষ্টুৰেন্টে কিছু ব্যতিক্ৰমীভাৱে পালন কৰিলে ৰঙালী বিহু।
বৰপেটা ৰোডৰ দিলীপ চিনেমা হ'লৰ কাষত অৱস্থিত Big Bites ৰেষ্টুৰেন্টে কিছু ব্যতিক্ৰমীভাৱে পালন কৰিলে ৰঙালী বিহু।
ৰঙালী বিহু উপলক্ষ্যে Big Bites ৰেষ্টুৰেন্টেখনে সকলো গ্ৰাহকক আদৰিলে অসমীয়া কৃষ্টিমূলক গামোচাৰে।
উল্লেখ্য যে Big Bitesয়ে বৰপেটা ৰোডত Home Delivery service ৰো আৰম্ভ কৰিছে।