Howly Digital Live
বৰপেটাৰোডত "ধৰ্মীয় সামুহিক বিবাহ অনুষ্ঠান"।
বৰপেটাৰোডত "ধৰ্মীয় সামুহিক বিবাহ অনুষ্ঠান"।
বৰপেটাৰোড নগৰ কল্যাণ আশ্ৰমৰ দ্বাৰা আজি "ধৰ্মীয় সামুহিক বিবাহ অনুষ্ঠান"ৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়া।
