top of page
Search
  • Writer's pictureHowly Digital Live

Asif Cane and Bamboo Udyog নামৰ এখন বাহ বেতেঁৰে নিৰ্মিত সামগ্ৰীৰ বিপনী।

স্থানীয় উৎপাদিত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত আমি বাৰু কিমান সচেতন !

"Vocal for Local" এটা ভাল লগা শ্লোগানহে হৈ থাকিব যদিহে আমি স্থানীয় সামগ্ৰীৰ ব্যৱহাৰৰ কথা ভাবি নাচাওঁ।


হাউলী বি.এইচ.কেলেজৰ কাষৰ হটাপাৰা চকৰ সমীপতে থকা Asif Cane and Bamboo Udyog নামৰ এখন বাহ বেতেঁৰে নিৰ্মিত সামগ্ৰীৰ বিপনী।

Asif Cane and Bamboo Udyog এখন এনেকুৱা দোকান যিখন দোকান কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াও পৰিদৰ্শন কৰিছে। বৰপেটা ভ্ৰমণ কালত কেন্দ্ৰীয় ৰেলৱে, কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীৰাওচাহেব পাটিল ডানৱে ডাঙৰীয়া আৰু ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত দাসো উপস্হিত হৈছিল উক্ত উদ্যোগটোত।

এই উদ্যোগখনে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে পশ্চিমবংগ, বিহাৰ, কেৰেলা, মহাৰাষ্ট্ৰ আদিলৈ স্থানীয় উৎপাদিত বাহ বেতঁৰ সামগ্ৰী পঠিয়ায়। অকল বহি:ৰাজ্যয়ে নহয় এই উদ্যোগৰ সামগ্ৰী বহি:ৰাজ্যৰ পৰা বিদেশলৈও ৰপ্তানি কৰা হয় বুলি জনাইছেঁ উদ্যোগটোৰ স্বতাধিকাৰীয়ে।



10 views
bottom of page